Showing posts with label খবৰ. Show all posts
Showing posts with label খবৰ. Show all posts

Wednesday, May 15, 2019

Top 10 students of Assam HSLC Result 2019

Top 10 students of Assam HSLC Result 2019

Toppers of Assam HSLC Result 2019.

Secondary Education Board of Assam (SEBA) is going to declare results of High School Leaving Certificate Examination (HSLC) 2019 from 9 AM of 15th may, i.e. today 9 AM.
Result will be available online at SEBA's official website from 9 AM, Moreover it will be available at various websites. As per SEBA's official notification result will be available at following websites.

Here , the top 10 position holders of Assam HSLC Result 2019.

প্ৰথম স্থানঃ
মেঘাশ্ৰী বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰ
মুঠ নম্বৰ- ৫৯৪

প্ৰথম স্থানত মেঘাশ্ৰী
দ্বিতীয় স্থানঃ
১. চিন্ময় হাজৰিকা, ডন বক্স হাইস্কুল, বাঘচুং (যোৰহাট)
মুঠ নম্বৰ- ৫৯৩
২. প্ৰত্যাশা মেধি, চেইন্ট মেৰীজ হাইস্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯৩

দ্বিতীয় স্থানত চিন্ময়
তৃতীয় স্থানঃ
১. আফৰিন আহমেদ, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৯১
২. অনুশ্ৰী বায়ন, চেইন্ট মেৰীজ এইছ এছ স্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯১

চতুৰ্থ স্থানঃ
সৃষ্টি শইকীয়া, চেন্ট মেৰীজ এইছ এছ স্কুল, গুৱাহাটী
মুঠ নম্বৰ- ৫৯০


পঞ্চম স্থানঃ
১. ফাল্গুনী শৰ্মা, চেন্ট জনছ হায়াৰ চেকণ্ডাৰী স্কুল, বাক্সা
মুঠ নম্বৰ- ৫৮৯
২. লৱজ্যোতি দাস, ডন বস্ক’ এইছ এছ স্কুল, বৈৰাগীমঠ (ডিব্ৰুগড়)
মুঠ নম্বৰ- ৫৮৯
৩. উপাশা মুদৈ, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
মুঠ নম্বৰ- ৫৮৯
৪. তুছিফ তামানা ৰহমান, চেন্ট মেৰীজ হাইস্কুল, লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৯
৫. প্ৰিয়ংকা কলিতা, অসম জাতীয় বিদ্যালয়, নুনমাটি, (গুৱাহাটী)
মুঠ নম্বৰ- ৫৮৯

৬ষ্ঠ স্থানঃ
১. ৰাজশ্ৰী পাঠক, বৰপেটা চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, বৰপেটা
মুঠ নম্বৰ- ৫৮৮
২. অভিপ্সা দাস, বৰপেটা চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়, বৰপেটা
মুঠ নম্বৰ- ৫৮৮
৩. চাৰমিন হাছনাৎ, কেন্দ্ৰীয় বালিকা হাইস্কুল, গোৱালপাৰা
মুঠ নম্বৰ- ৫৮৮
৪. অনুৰাগ বৰ্মন, উদয়ন শান্তি নিকেতন, বেজেৰা (কামৰূপ গ্ৰাম্য)
মুঠ নম্বৰ- ৫৮৮

ষষ্ঠ স্থানত অনুৰাগ বৰ্মন

৫. প্ৰিয়ম কাশ্যপ, পায়নিয়াৰ একাডেমী, (কামৰূপ গ্ৰাম্য)
মুঠ নম্বৰ- ৫৮৮

সপ্তম স্থানঃ
১. অজয় বৰগোহাঁই, চেন্ট মেৰীজ হাইস্কুল, উত্তৰ লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৭
২. দ্বীপজ্যোতি শৰ্মা, চেন্ট মেৰীজ হাইস্কুল, উত্তৰ লক্ষিমপুৰ
মুঠ নম্বৰ- ৫৮৭
৩. অংকুৰ ৰাজ কাশ্যপ, পুৰণিগুদাম আৰ কে বি এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৭
৪. নিকিতা কলিতা, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী
মুঠ নম্বৰ- ৫৮৭

অষ্টম স্থানঃ
১. ইভান কাশ্যপ কলিতা, চেন্ট জনছ হায়াৰ চেকণ্ডাৰী স্কুল, বাক্সা
মুঠ নম্বৰ- ৫৮৬
২. বৰষা ডেকা, আগদলা চাৰিআলি হাইস্কুল, কামৰূপ গ্ৰাম্য
মুঠ নম্বৰ- ৫৮৬
৩. নিশিতা খাটনিয়াৰ, বেবেজিয়া পিকে এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৪. ইশাণ ভূঞা, নগাঁও চৰকাৰী ল’ৰা উচ্চতম মাধ্যমিক বিদ্যালয়, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৫. দ্বীপ শইকীয়া, ননৈ উচ্চতম মাধ্যমিক বিদ্যালয়, নগাঁও
মুঠ নম্বৰ- ৫৮৬
৬. দেৱশ্ৰী শইকীয়া, গৌৰীসাগৰ এইছ এছ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, শিৱসাগৰ
মুঠ নম্বৰ- ৫৮৬

নৱম স্থানঃ
১. হীৰক জ্যোতি চৌধুৰী, পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
মুঠ নম্বৰ- ৫৮৫
২. জেফৰিণ আৰা আহমেদ, হেপী চাইল্ড ইংলিছ স্কুল, চিপাঝাৰ (দৰং)
মুঠ নম্বৰ- ৫৮৫
৩. ইফৰাণ হক, খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৫
৪. দ্বীপ শেখৰ কলিতা, বিবেকানন্দ বিদ্যা নিকেতন, টিহু
মুঠ নম্বৰ- ৫৮৫
৫. অৰ্চিতা দুৱৰা, চেন্ট যছেফ হাইস্কুল, মৰাণহাট
মুঠ নম্বৰ- ৫৮৫

দশম স্থানঃ
১.উদ্দিপ্ত কলিতা, উত্তৰ বজালী হাইস্কুল, বৰপেটা
মুঠ নম্বৰ- ৫৮৩
২. অণিৰ্বান দত্ত, বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড়
মুঠ নম্বৰ- ৫৮৩
৩. অচ্যুত কুমাৰ চেতিয়া, গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট
মুঠ নম্বৰ- ৫৮৩
৪, মণিষা মালাকৰ, শংকৰদেৱ বিদ্যা নিকেতন, হাজো
মুঠ নম্বৰ- ৫৮৩
৫. বিতুপন কলিতা, অৰুণোদয় ই এম হাইস্কুল, কামৰূপ
মুঠ নম্বৰ- ৫৮৩
৬. চাগনিক বনিক, ডনবস্ক’ হাইস্কুল, হোজাই (নগাঁও)
মুঠ নম্বৰ- ৫৮৩
৭. মিন্টু গায়ন, পুৰণিগুদাম আৰ কে বি এইছ এছ স্কুল, নগাঁও
মুঠ নম্বৰ- ৫৮৩
৮. দ্বীপজ্যোতি শৰ্মা, শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী



List of websites for HSLC Result 2019













Assam HSLC Result 2019

Assam HSLC Result 2019

Secondary Education Board of Assam (SEBA) is going to declare results of High School Leaving Certificate Examination (HSLC) 2019 from 9 AM of 15th may, i.e. today 9 AM.
Result will be available online at SEBA's official website from 9 AM, Moreover it will be available at various websites. As per SEBA's official notification result will be available at following websites.

List of websites for HSLC Result 2019












Thursday, September 6, 2018

কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে

কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ স্থায়ী চাকৰিৰ বাবে


প্ৰাথমিক বৰ্গ, মাধ্যমিক বৰ্গৰ শিক্ষক পদৰ বাবে আৱেদনকাৰীসকলে CTET (Central Teachers Eligibility Test)-ত ১৫০ নম্বৰৰ (১৫০ টা MCQ) ভিতৰত ৯০ নম্বৰ লৈ পাছ কৰিব লাগিব। এই পৰীক্ষাৰ সবিশেষ CBSE-ৰ ৱেবছাইটত উপলব্ধ। নিয়ম অনুসৰি বছৰেকত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। এই CTET  উত্তীৰ্ণ প্ৰাৰ্থীৰ চাৰ্টিফিকেটৰ ম্যাদ সাত বছৰলৈ থাকে।
প্ৰাথমিক শিক্ষকৰ পদৰ বাবে JBT বা ইয়াৰ সমকক্ষ ক'ৰ্ছ উত্তীৰ্ণ হ'ব লাগিব। বাকী পদৰ বাবে B. Ed লাগিব।
ছিলেবাছ KVS- ৱেবছাইটত উপলব্ধ।

উচ্ছতৰ মাধ্যমিক শাখাত আৱেদন কৰিবলৈ হ'লে এই CTET নালাগে।

তাৰ পাছত আছে নিয়োগৰ বাবে লিখিত পৰীক্ষা৷ তাতো ১৫০ নম্বৰ (১৫০টা MCQ) আহে।
তাৰ ভিতৰত নম্বৰ আৰু প্ৰশ্নৰ বিতৰণ এনে ধৰণৰ—
English—  15
Hindi— 15
Maths &Reasoning— 40
Current Affairs & GK— 40
Teaching Aptitude— 40

Cut off নম্বৰ প্ৰতি বছৰে বেলেগ বেলেগ হয়।
উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিউ দিল্লীৰ KVS-ৰ  মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা মৌখিক সাক্ষাৎকাৰত অৱত্তীৰ্ণ হ'ব লাগে। তাত ইংৰাজী /হিন্দীত প্ৰশ্ন সোধে। প্ৰাৰ্থীগৰাকী স্মাৰ্ট হোৱাৰ উপৰি যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে সাজু হৈ যাব লাগে। মোক বহু প্ৰশ্নৰ মাজত জাতিংগাৰ পৰা মাজুলী, ৰবাৰ্ট ব্ৰুচৰ চাহৰ বাবে অন্বেষণ, ব্ৰহ্মপুত্ৰৰ চাৰিটা নাম, ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীত থাকোঁতে কেনেবাকৈ তেজ ওলালে তৎক্ষণাত মই কি কৰিম, যোগৰ উপকাৰিতা, lieutenant, psychology আদি কিবাকিবি বানান সুধিছিল।
যিকোনো lesson এটা ক্লাছত পঢ়োৱাৰ দৰে demo দিব লাগিছিল। ICT ক্লাছৰ জ্ঞান থকা প্ৰয়োজন।

কেন্দ্ৰীয় বিদ্যালয়সমূহত অস্থায়ী ভিত্তিত লৈ থকা শিক্ষকৰ  সাক্ষাৎকাৰসমূহ দি থাকিব লাগে। ধাৰণা এটা পোৱা যায়।
মোটামুটি একে ধৰণৰ মৌখিক প্ৰশ্নই সোধে। এইবোৰ সাক্ষাৎকাৰ প্ৰতিবছৰে ফ্ৰেব্ৰুৱাৰী /মাৰ্চ মাহত সকলো কেন্দ্ৰীয় বিদ্যালয়ে অনুষ্ঠিত কৰে।

দেশৰ সকলো ঠাইতে চাকৰি কৰিবলৈ সাজু বুলি ক'ব লাগিব।

নিয়োগৰ বাবে এই লিখিত  পৰীক্ষাৰ ৮৫% নম্বৰ আৰু মৌখিক পৰীক্ষাৰ ১৫% নম্বৰ মিলাই নিয়োগ পত্ৰ দিয়া হয়।
বাকী কম্প্যুটাৰ,  মিউজিক, কলা, যোগ, কৰ্ম অভিজ্ঞতা শিক্ষক, গ্ৰন্থাগাৰিক,  শাৰিৰীক শিক্ষা আদি পদৰ বাবে অৰ্হতা বিজ্ঞাপনৰ লগত দিয়া হয়। KVS-ৰ ৱেবছাইটত উপলব্ধ।
TGT / PGT পদৰ বাবে বিষয় অনুযায়ী পৰীক্ষা দিব লাগিব।

✍️Kusumanjali Sarma

Friday, July 6, 2018

Sunday, May 27, 2018

Friday, May 25, 2018

Monday, May 21, 2018

Thursday, May 17, 2018

APSC Advertisement of 2018

APSC Advertisement of 2018


The Assam Public Service Commission will hold the Preliminary Examination of the Combined
Competitive Examination, 2018 for screening candidates for the Main Examination for recruitment to the
services/posts as per the actual number of vacancies as shown below, in accordance with the Assam Public
Services Combined Competitive Examination Rules, 1989.

4. ELIGIBILITY
(a) Nationality: The candidate must be an Indian citizen.
(b) Age: The candidate should not be less than 21 years and more than 38years of age as on 01.01.2018.
Relaxation: The upper age limit is relaxable i) By 5 years for SC/ST candidates i.e. upto 43 years.
ii) By 3 years for OBC/MOBC candidates i.e. upto 41 years as per Govt. Notification No. ABP.6/2016/9
dated Dispur the 25th April, 2018.
iii) For Persons with Disabilities (PWD) by 10 years irrespective of SC/ST/OBC and General Category of
candidates as per Govt. Notification No. ABP 144/95/121 dated Dispur the 28th October, 2015.
iv) For Ex-servicemen by 2 years i.e. upto 40 years as per Govt. Notification No.AAP.115/72/Pt.I/194
dated 10th March, 2008.
The age limit of the candidates will be calculated on the basis of the Matriculation /HSLC Admit
Card/Certificate issued by a recognized Board/Council and no other document shall be accepted in lieu of
the mentioned documents.
(c) The candidate must hold a Degree from any of the Universities established and incorporated by a Central Act or
State Act in India or other educational institutions established by an Act of Parliament or declared to be deemed as a
University under Section 3 of the University Grants Commission Act, 1956 or possess such qualification as may be
declared equivalent by the Government.
(d) Candidates must possess the prescribed qualification on the date of submission of their applications.
(e) Candidates awaiting results of the qualifying examination for eligibility on the closing date of submission of
application need not apply.
(f) Persons with Disabilities should ascertain the post for which a particular category of disability is entitled for
reservation as per the advertisement and should apply/opt for the preference accordingly at the time of filling up the
forms for Main Examination

How to apply :  Candidates shall be required to download the prescribed application form from the website:
http://www.apsc.nic.in   w.e.f. 18/05/2018 and send the duly filled in application with the requisite documents
indicated below:
(i) Original Treasury Receipt for Rs.250.00 (Rupees Two Hundred and Fifty only) for General candidates, Rs. 150.00
(Rupees One Hundred and fifty only) for candidates belonging to S.C./S.T./MOBC/OBC community as fee for the
Combined Competitive (Prelim.) Examination, 2018 under the Head of Account viz., ‘NON TAX REVENUE OTHER
NON TAX REVENUE, 0051 PUBLIC SERVICE COMMISSION, 105 STATE PUBLIC SERVICE COMMISSION,
APPLICATION FEE RECEIPT OF ASSAM PUBLIC SERVICE COMMISSION’ as per Govt. Notification No.FEG
32/ 2016/8 dated 28th October, 2016. The fees are not refundable and no other mode of deposit of fee other than
through Treasury Challan shall be accepted. Those candidates selected to appear in the Main Examination will have
to pay another Application fee which will be fixed in due course, separately, by Treasury Challan under the same head
of Account specifying the fee as “C.C. (Main) Examination Fee, 2018.”
• As per Govt. Notification No. FEG.32/2016/8-A dated Dispur the 28th October,2016 the Application Fees
for all posts under the State Govt. of Assam for candidates having BPL Certificate is Nil (Candidate
having BPL certificate should enclose photocopy of the certificate along with the Application Form).
• As per Govt. Notification No. ABP 144/95/121 dated Dispur the 28th October, 2015 for persons with
disabilities (PWD) candidates the Application Fees for all posts under the State Govt. of Assam is Nil.
(PWD candidates should enclose with the application form photocopy of necessary certificate from a
competent authority).
(ii) One copy of recent passport size photograph (size of 3.5×4.5 cm) to be properly pasted on the space provided in the
application form. Do not staple the photograph.
(iii) Age- proof certificate (Admit Card / Certificate of HSLC or equivalent exam).
(iv) Degree Pass Certificate.
(v) Caste Certificate in respect of candidates belonging to SC/ST/OBC/MOBC community issued by competent
authority.
(vi) ID Card/Certificate in respect of PWD candidates issued by competent authority.
A candidate should not submit more than one application. The envelope sending the application should be
superscripted “Combined Competitive (Prel.) Examination, 2018” on the top of the envelope and it should be
addressed to the Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-22 The size of the
prescribed application form is approximately 21cm× 29.7 cm. Only downloaded form will be accepted. No photocopy
of form shall be valid.
Since the practice of furnishing attested copies of certificates has been discontinued by the Government, the
applicant shall furnish self-attested photocopies of the above mentioned documents with declaration as ‘Certified to be
true copy of the original’ along with the application.
However, in case of detection of any false declaration made by the candidate/ applicant, he/ she will be
penalized as per rules/ law.
Candidates who are already employed should note that it is the prerogative of the appropriate appointing
authority to accord permission to appear in the C.C. (Preliminary and Main) Examinations or to join services on being
selected by the Commission in due course of time. The Commission shall not be in any way responsible/accountable for
this.
Click the below link to download official advertisement.

Wednesday, May 9, 2018

Monday, January 1, 2018

NRC Assam Draft Checking

NRC Assam Draft Checking


অৱশেষত প্ৰকাশ পালে বহু প্ৰত্যাশিত, NRC Assam ৰ draft।
আপোনাৰ পৰিয়ালৰ নামসমূহ NRC ৰ Draft ত অন্তৰ্ভুক্ত হৈছেনে নাই সহজেই check কৰক, তলৰ লিংক সমূহৰ জৰিয়তে।
Now check your family members name in Draft NRC Assam. How to check your name in draft NRC? Process of checking is below-

 Step I : Go to any  direct link below
Step II : Type your 21 digit ARN( Application Receipt No) number 

Full list of Links for Direct NRC Draft publication page


Link of office of NRC State coordinator
            http://nrcassam.nic.in

(List of websites for NRC Draft Checking)